A land dispute between two families turned into a violent clash in Assam's Nagaon, as at least one person sustained a gunshot wound and several others were injured in an attack.
#Assam #Nagaon #AssamNews #Firing #DY365
dy365live.com/assam/assam-gu…
259
ডিব্ৰুগড়ৰ উত্তৰ আমোলাপট্টিত বিধ্বংসী অগ্নিকাণ্ড। জুইত প্ৰায় সম্পূৰ্ণৰূপে ভস্মীভূত কেইবাটাও ভাড়াঘৰ। অগ্নিকাণ্ডৰ সময়ত কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণৰ খবৰ। জুই নিৰ্বাপন কৰিবলৈ যাওঁতে আহত এজন স্থানীয় লোক। ঘন জনবসতিপূৰ্ণ অঞ্চলত জুই লগাত হাহাকাৰ পৰিৱেশ। অগ্নিনিৰ্বাপক বাহিনীৰ বিলম্বত ক্ষোভ স্থানীয় ৰাইজৰ। এতিয়াও জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ।
#Fire #dibrugarhassam #DY365
272
জোনাইৰ চিমেন চাপৰিত স্থায়ী অগ্নিনিৰ্বাপক কেন্দ্ৰ স্থাপনৰ দাবী। ৰাজপথলৈ ওলাই আহিল আছু আৰু স্থানীয় ৰাইজ। অগ্নিনিৰ্বাপক কেন্দ্ৰ স্থাপনৰ দাবীৰে উত্তাল প্ৰতিবাদী সমদল। 'জৰুৰীকালীন পৰিস্থিতিত জোনাই অথবা চিলাপথাৰৰ পৰা অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হোৱালৈ বহু সময়ৰ প্ৰয়োজন হয়'। 'যাৰ ফলত অগ্নিকাণ্ডৰ সময়ত অধিক ক্ষয়-ক্ষতিৰ সন্মুখীন হ'বলগীয়া হয় অঞ্চলটোৰ ৰাইজ'। শেহতীয়াকৈ দীপাৱলীৰ সন্ধিয়া চিমেন চাপৰিত সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডত ছখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কেইবা লাখ টকাৰ সা-সম্পত্তি জুইত জাহ গৈছিল। জোনাই ৰাজহ চক্ৰৰ বিষয়াৰ জৰিয়তে অসম চৰকাৰলৈ এক স্মাৰক পত্ৰ প্ৰদান।
#jonai #protest #firebrigade #DY365
300
'সকলো ধৰ্মৰ সকলো উত্সৱৰ সুকীয়া মহত্ব আছে'। 'AICCৰ সভাপতিগৰাকীৰ এনে ধৰণৰ তুলনা গ্ৰহনীয় নহয়'। পোহৰৰ উত্সৱ দীপাৱলীত ঈদৰ সৈতে তুলনা কৰিছিল AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ এই মন্তব্যক তীব্ৰ ভাষাৰে সমালোচনা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ।
#PabitraMargherita #MallikarjunKharge #Diwali ##reaction #DY365
312
গোলাঘাটত বন বিভাগৰ বাহনৰ খুন্দা স্কুটী আৰোহীক। নম্বৰপ্লেট বিহীন বন বিভাগৰ বাহনেৰে ভয়ংকৰ খুন্দা। বেঙেনাখোৱাত নিশা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। খুন্দা মাৰিয়ে ভুক্তভোগীৰ ওপৰতেই দম্ভালি বনকৰ্মীৰ। ব্ৰেথ এনালাইজাৰত ১৮৩ ওলাল সু/ৰা/পা/ন/ৰ পৰিমাণ। সমগ্ৰ ঘটনা ভিডিঅ' কৰাত বাধা দিলে বনকৰ্মীৰ দলে। গোলাঘাট আৰক্ষীৰ উপস্থিতিত আটক ৪ বনকৰ্মী।
#golaghat #police #forestguard #public #accident #DY365
2
499
টেঙাখাতৰ অগ্নিকাণ্ডত আৰু এজন কৰ্মচাৰীৰ মৃত্যু। অইলৰ ITFত সংঘটিত অগ্নিকাণ্ডত আহত পঞ্চমজন শ্ৰমিকৰ মৃত্যু। ডিব্ৰুগড়ত চিকিৎসাধীন হৈ থকা কুমুদ গগৈৰ মৃত্যু। মৃত্যু হোৱা কুমুদ গগৈৰ ঘৰ টেঙাখাতৰ দীঘলীয়াত। শুকুৰবাৰে প্ৰতিষ্ঠানটোত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা।
#dibrugarhassam #duliajanassam #Fire #DY365
274
Mother Allegedly Sells Newborn To Hide Premarital Pregnancy In Assam's Nagaon
#Nagaon #AssamNews #NewbornCase #NewbornSale #NagaonMedicalCollege #Samaguri
dy365live.com/nagaon/mother-…
312
প্ৰতিবাদমুখৰ গুৱাহাটী মহানগৰীৰ শ্ৰম আয়ুক্তৰ কাৰ্যালয়। কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ। শতাধিক শ্ৰমিক–কৰ্মচাৰীৰ অংশগ্ৰহণ প্ৰতিবাদী কাৰ্যসূচীত। শ্ৰম আয়ুক্তৰ কাৰ্যালয় চৌহদত মোতায়েন আৰক্ষীৰ বৃহৎ দল। পঞ্জীয়নকে ধৰি শ্ৰমিকৰ প্ৰাপ্য সময়মতে আদায়ৰ দাবীত প্ৰতিবাদ। নতুন শ্ৰম সংহিতা ৰূপায়নৰ বিৰুদ্ধাচৰণ প্ৰতিবাদী শ্ৰমিকৰ। চৰকাৰবিৰোধী শ্ল’গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত নিৰ্মাণ শ্ৰমিকসকলৰ।
#protest #guwahati #DY365
264
নগাঁও মেডিকেল কলেজ হাস্পতালত ভয়ংকৰ কাণ্ড। NMCHৰ নাৰ্ছে নৱজাতকক বি//ক্ৰী কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ। নাৰ্ছৰ সহযোগত নৱজাতকক বি//ক্ৰী কৰিলে চামগুৰিৰ এজন লোকক। নৱজাতকটিৰ মাতৃয়ে ৰাইজৰ সন্মুখত স্বীকাৰ কৰিলে চাঞ্চল্যকৰ কথা। ৪ নৱেম্বৰত NMCHত কন্যা সন্তান প্ৰসৱ কৰিছিল যুৱতীগৰাকীয়ে। পিছে অবৈধ ভয়ংকৰ কাণ্ড ঢাকিবলৈ ঘৃণনীয় কৰ্ম কৰাৰ কথা স্বীকাৰ। সমগ্ৰ কথা প্ৰসূতিগৰাকীৰ গাঁৱৰ ৰাইজে অৱগত হোৱাত মাতিলে আৰক্ষীক। আৰক্ষীক চমজাই দিলে সন্তান প্ৰসৱ কৰা যুৱতীৰ সৈতে মাতৃকো। #nagaon_assam #hospital #DY365
3
619
জুবিন গাৰ্গৰ দেহৰক্ষী নন্দেশ্বৰ বৰাই আজিও নাপালে সকাহ। উচ্চ ন্যায়ালয়ত আজি আছিল নন্দেশ্বৰৰ জামিন আবেদনৰ শুনানি। নিম্ন আদালতৰ তথ্য-পাতি দাখিলৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ। পূৰ্বে বিশেষ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰিছিল জামিন। আয়ৰ বৰ্হিভূত সম্পত্তিৰ গোচৰত জামিন লাভ কৰিছিল নন্দেশ্বৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত এতিয়াও কাৰাগাৰত আবদ্ধ নন্দেশ্বৰ। মৃত্যুৰ গোচৰতে জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ দেহৰক্ষীগৰাকী।
#HighCourt #guwahati #DY365
1
412
Assam: Dilapidated Bamboo Bridge Turns Into Death Trap For Commuters In Barpeta
#Barpeta #Dharmapur #AssamNews #BambooBridge #DilapidatedBridge #RoadConnectivity
dy365live.com/assam/assam-di…
327
ৰাজ্যৰ সাংস্কৃতিক জগতৰ বাবে দুঃখবৰ। প্ৰখ্যাত গীটাৰিষ্ট সৌৰভ কুমাৰ দাসৰ দেহাৱসান। গুৱাহাটীৰ চেনিকুঠিস্থিত নিজা বাসভৱনত ৬৬ বছৰ বয়সত পৰলোকপ্ৰাপ্তি। বিগত কেইবা বছৰ ধৰি অসুস্থ হৈ আছিল শিল্পীগৰাকী। বিয়লি নৱগ্ৰহ শ্মশানত কৰা হ’ব সৌৰভ কুমাৰ দাসৰ শেষকৃত্য।
#passedaway #guitarist #guwahati #DY365
1
311
গুৱাহাটীৰ মালিগাঁৱৰ শ্বাটলগে’ট ৰে’ল লাইনত অঘটন। ৰে’ল লাইন পাৰ হ’ব খোজা এজন লোকক মহটিয়ালে ৰে’লে। অসাৱধানভাৱে ৰে’ল লাইন পাৰ হ’বলৈ গৈ মৃত্যুমুখত লোকজন। এইপৰ্যন্ত পৰিচয় উদ্ধাৰ হোৱা নাই নিহত লোকজনৰ। নীলাৰঙৰ টি ছাৰ্ট, ক’লা হাফপেণ্ট পৰিহিত লোকজন। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি প্ৰেৰণ কৰিছে GMCHলৈ।
#maligaon #guwahati #trainline #DY365
1
308
Youth Dies After Bike Rams Into Truck in Assam's Jogighopa
#Bongaigaon #Jogighopa #AssamNews #RoadAccident #HighwayAccident
dy365live.com/assam/youth-di…
364








