
IFCN @factchecknet Certified Fact Checking Organization in #Assamese #Assam Committed to fight against Fake news. #BrakeTheFake
India
Joined May 2020
- Tweets484
- Following26
- Followers164
- Likes140
উত্তৰ প্ৰদেশৰ বাৰানসীত একেলগে ৩৫গৰাকী অবিবাহিতা যুৱতী গৰ্ভৱতী হৈ পৰা খবৰটো সত্য নহয়। এয়া চৰকাৰী এটা বিভাগৰ ভুলৰ বাবে হোৱা এক কাণ্ড।
#assamese #reel #UP #unmarriedwomen #pregnant
75
ৰাছেলছ্ ভাইপাৰ সম্পৰ্কত পুনৰ বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰা হৈছে ফেচবুকত।
#FactCheck -
assamese.factcrescendo.com/v…
35
বাংলাদেশৰ দুই বিচ্ছেদিত হিন্দু স্বামী-স্ত্ৰীৰ বিবাদৰ ফলত হোৱা ঘটনাৰ ভিডিঅ’ বিভ্ৰান্তিকৰভাৱে হিন্দু মহিলাৰ ওপৰত মুছলমানৰ আক্ৰমণ বুলি শ্বেয়াৰ কৰা হৈছে।
#FactCheck -
assamese.factcrescendo.com/v…
21
বাংলাদেশত ভাৰতীয় মূলৰ হিন্দু ছাত্ৰীক অত্যাচাৰ কৰা বুলি প্ৰতিবাদী ছাত্ৰীৰ বাটৰ নাটৰ ভিডিঅ’ ভাইৰেল কৰা হৈছে।
#FactCheck -
assamese.factcrescendo.com/v…
15
বাংলাদেশত হিন্দু মহিলাক এইদৰে মুছলমান মহিলাই শাস্তি দিয়া বুলি কৰা দাবীটো মিছা।
#FactCheck -
assamese.factcrescendo.com/v…
11
বাংলাদেশত ৰবীন্দ্ৰনাথৰ মুৰ্তি ধ্বংস কৰা বুলি দাবী কৰি পুৰণি ফটো আৰু ভিডিঅ’ ভাইৰেল কৰা হৈছে।
#FactCheck -
assamese.factcrescendo.com/v…
1
12
২০১৫ চনৰ নেপালৰ ত্ৰিশুলী নদীৰে ছাত্ৰ-ছাত্ৰী বিপজ্জনকভাৱে পাৰ হোৱা দৃশ্য অসমৰ নগাঁৱৰ কলং নদীৰ বুলি ভাইৰেল কৰা হৈছে।
#FactCheck -
assamese.factcrescendo.com/v…
7
২০২২ চনৰ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ বিচনাৰ ফটোকে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ শোৱাপাটি বুলি ভাইৰেল কৰা হৈছে।
#bangladesh
#factcheck -
assamese.factcrescendo.com/v…
6
২০২১চনতে ওডিছাৰ মহানদীত ঘটা ঘটনাৰ দৃশ্য অসমৰ ধেমাজীৰ শেহতীয়া ঘটনা বুলি ভাইৰেল।
#assamese #mahanadiboataccident #tusker #reel
1
12
চাণ্ডিপুৰা ভাইৰছ নো কি? কিদৰে ইয়াৰ পৰা হাত সাৰি থাকিব পাৰি? অসমবাসীৰ বাবে সাৱধানতা আৰু কৰণীয় কি?
#FactCheck -
assamese.factcrescendo.com/e…
5
নগা সন্ত্ৰাসবাদ আৰু নাগালেণ্ডঃ প্ৰাক-স্বাধীনতা যুগৰ পৰা এতিয়ালৈ এক চমূ অৱলোকন।
#FactCheck -
assamese.factcrescendo.com/e…
2










