MLA, khumtai.Assam

Golaghat, India
Joined December 2017
#MorningCycling I often witness dead bodies of frogs and snakes killed by bikes and cars in my morning #bicycle ride. #SaveBiodiversity
8
10
1
25
536
#8pm : #Elephants After feasting in the paddy fields, a herd of elephants marches on with regal grace and quiet majesty. A beautiful reminder that the wild has its own rhythm, dignity, and right to roam. Govt. Should be pro active in compensating the farmers , only then coexistence is possible. #AssamForest @jayanta_malla #Elephants #Wildlife #Assam
6
13
1
53
795
#MorningCycling Morning gift ৰাতিপুৱাৰ উপহাৰ... #Vegetables
9
13
2
49
741
#8pm : #DurgaPuja গোলাঘাটৰ দুৰ্গাপূজাৰ আনন্দমুখৰ পৰিৱেশত আমাৰ খুমটাইৰ গ্ৰীণ ৱাৰিয়ৰ্ছসকলে ভক্তপ্ৰাণ ৰাইজক খোৱাপানী যোগান ধৰি এক প্ৰশংসনীয় সেৱা আগবঢ়াইছে। আজি সন্ধিয়াটো তেওঁলোকৰ সৈতে কটালোঁ। Our Green Warriors Khumtai are providing drinking water to the people in Golaghat puja. Spending the evening with them.
9
9
1
48
841
#8pm : #Sunset এগৰাকী ভাগৰুৱা নাঁৱৰীয়া আৰু এপলকতে মন মুহি নিয়া সূৰ্যাস্ত। ঘৰলৈ এতিয়াও বহু দূৰ বাট... আন্ধাৰ নামি অহাৰ আগতেই পাৰিমনে গৈ পাবলৈ? সকলোৱে আশাৰে বাট চাই আছে... A tired boatman and a splendid sunset. gharaloi etiao bohudur… aandhar naami ahar agote pamgoine? hokolueje baat sai ase. Miles to go before darkness…
11
15
1
63
903
#MorningCycling #ChaiPeCharcha ৰাতিপুৱাৰ চাহমেল...
11
13
1
45
773
#8pm : #KatiBihu আজি কাতি বিহু। অসমীয়া জাতিৰ কৃষিভিত্তিক পৰম্পৰা আৰু লোকবিশ্বাসৰ সৈতে গভীৰভাৱে জড়িত কাতি বিহু, যাক কঙালী বিহু বুলিও কোৱা হয়। আহিন-কাতিৰ সংক্ৰান্তিত পালন কৰা এই বিহুৰ সময়ত ভঁৰাল প্ৰায় উদং হয় আৰু পথাৰৰ শালি ধান পকিবলৈ বাকী থাকে। এই পৱিত্ৰ দিনটোত তুলসী ভেটিত চাকি জ্বলাই, খেতিপথাৰত আকাশ বন্তি প্ৰজ্বলন কৰি, ভঁৰাল, গোহালি আৰু পদূলিত বন্তি দি সকলোৱে আই লক্ষ্মীৰ আশিস কামনা কৰে। পথাৰৰ শস্যক কীট-পতংগৰ পৰা ৰক্ষা কৰি সোণগুটিৰে ভঁৰাল উপচি পৰাৰ প্ৰাৰ্থনা জনোৱা হয়। কঙালী হ’লেও কাতি বিহু আশাৰ, বিশ্বাসৰ আৰু সমৃদ্ধিৰ সপোন দেখাৰ উৎসৱ। Happy Kati Bihu
11
14
1
55
825
#DurgaPuja #KatiBihu মই আপোন কৰি লোৱা গাঁও আলুখন্দা গাঁৱৰ ৰাইজৰ সৈতে বিহু আৰু পূজাৰ আনন্দ উদযাপন কৰিলোঁ। Celebrating Bihu and Puja with the people of my adopted village , Aalukhanda .
10
13
1
47
1,030
#MorningCycling #MorningGossip ৰাতিপুৱাৰ এক আন্তৰিক মূহূৰ্ত...
10
12
2
58
1,196
#8pm : #DurgaPuja প্ৰতিবৰ্ষৰ দৰে শাৰদীয় দুৰ্গোৎসৱৰ ভ্ৰমণৰত ৰাইজৰ বাবে গোলাঘাট নগৰত আমাৰ তৰফৰ পৰা বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিছোঁ । অন্যান্য জৰুৰী সেৱাৰ বাবে GREEN WARRIORS KHUMTAI ৰ যোদ্ধাসকল প্ৰস্তুত হৈ আছে । পুজাথলীত কোনোধৰনৰ অসুবিধাৰ সন্মুখীন হ'লে আমাৰ কাউন্টাৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ ।
9
13
2
49
884
#happydurgapuja অসমবাসী ৰাইজলৈ শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ ।
9
15
1
45
805
#8pm : #RuralTourism #Assam Discover Baghbor village — Where the Brahmaputra Meets hills and the Beauty of Nature! Imagine boating along the mighty River Brahmaputra and dining amidst it, feeling the gentle river breeze, admiring the beauty of the surrounding hills by trekking in the morning, and discovering the charm of a peaceful village where hospitality comes straight from the heart. Support local communities. Promote responsible tourism. Contact no.9435196912
10
15
2
49
1,060
Spent a wonderful night on the bank of River Brahmaputra, Baghbor. #Brahmaputra
8
18
1
71
1,075
#RiverBrahmaputra Completed our Voyage.. from Guwahati to Baghbor. 150 kms in 5 hours, a memorable journey. #RiverTourism #Assam
6
11
1
42
846
#RiverBrahmaputra A Voyage to Baghbor from Guwahati. #Adventure
8
15
1
60
1,118
#8pm : #BookIdentification Some books don’t just tell a story; they linger in the quiet corners of your heart. Kiran Desai’s The Loneliness of Sonia and Sunny is a poignant exploration of love, longing, identity, and the human desire to belong. A reminder that sometimes, the hardest journey is finding our way to one another. #BookLovers #KiranDesai
6
13
1
34
694
#8pm : #Football There is something truly beautiful about watching a child play with such pure joy and passion. His love for the football, the sparkle in his eyes, and his boundless excitement remind us that every great journey begins with a small dream and a big heart. Every champion begins with a love for the game! ⚽ #LittleChampion #FootballLove #FutureStar
15
21
2
64
1,117