জনবসতিপূৰ্ণ অঞ্চল সমূহক ৰাক্ষসিনী সংৰক্ষিত বনাঞ্চল আৰু প্ৰস্তাৱিত ঔদ্যোগিক কেন্দ্ৰৰ সীমাৰ বাহিৰত ৰখাৰ দাবীত গোৱালপাৰাত প্ৰতিবাদ
#ND24Digital l #Assam l #Goalpara l #Protest
অসমত আলফা আছেই, আলফাই বিপ্লৱ কৰি আছে, সকলোৱে জানেইঃ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
#ND24Digital l #Assam l #Minister
'হাতত বিড়ি মুখত পাণ' গীতৰ বিৰুদ্ধে বিশ্বনাথ সদৰ আৰক্ষীক এজাহাৰ বীৰ লাচিত সেনা অসমৰ
#ND24Digital l #veerlachitsenaassam l #assam l #Biswanath
জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ ৰ এটা বছৰ, আজি ইউটিউবত উপলব্ধ হ’ল ছবি নিৰ্মাণৰ ‘Behind the scene’ ৰ বিশেষ ভিডিঅ'
#ND24Digital l #Assam l #ZG l #ZubeenGarg
১৮৩ ৰানৰ দৰ্শনীয় ইনিংছেৰে ২১ বছৰ পূৰ্বে আজিৰ দিনটোতে চমক সৃষ্টি কৰিছিল মহেন্দ্ৰ সিং ধোনীয়ে
#ND24Digital l #MSDhoni l #Cricket
আজি নহয় বৰা ছাৰ্ভিচৰ নৃশংস হ/ত্যা/কাণ্ডৰ ক্ৰা/ইম চিন ৰিক্ৰিয়েশ্যন
#ND24Digital l #Assam l #Guwahati
কৈশোৰ কালৰ সৃষ্টিশীল আৰু উদ্ভাৱনীমূলক চিন্তাৰে ধেমাজিৰ এজন দশম শ্ৰেণীৰ ছাত্ৰৰ যোগাত্মক কাম ৷ পুৰণি পেলনীয়া মাৰুতী ৮০০ কাৰৰ ইঞ্জিনৰ পৰা প্ৰস্তুত কৰি উলিয়ালে বিলাসী কোটিটকীয়া মডেলৰ গাড়ী!
#ND24Digital l #Assam l #Car
‘‘গৰিমা শইকীয়া গাৰ্গৰ সৈতে কথা পাতিবলৈ অসমৰ কোনো মানুহক, কোনো জুবিন অনুৰাগীৰেই কোনো সমন্বয়কৰ প্ৰয়োজন নাই”- অখিল গগৈৰ পত্ৰত ৰাহুল গৌতম শৰ্মাৰ উত্তৰ।
#ND24Digital | #RahulGautamSarma | #AkhilGogoi | #ZubeenGarg | #ZubeenGargCase
অখিল গগৈলৈ ৰাহুল গৌতম শৰ্মাৰ মুকলি পত্ৰ, জুবিন গাৰ্গৰ ন্যায় বিচাৰি কৰা প্ৰতিবাদৰ প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য
#ND24Digital l #Assam l #ZubeenGarg
গৌৰৱ গগৈৰ নেতৃত্বতে ২০২৯ আৰু ২০৩১ চনৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব কংগ্ৰেছ। গৌৰৱ থাকিলেহে কংগ্ৰেছ শক্তিশালী হ’ব। গৌৰৱ গগৈৰ বিকল্প কংগ্ৰেছত নাই। নীলমণি সেন ডেকাৰ ভাষ্য।
#ND24Digital | #Congress | #GauravGogoi | #Assam
জুবিন গাৰ্গৰ হত্যাৰ চাৰ্জশ্বীটে চৰকাৰক সুৰক্ষা দিছে! গোচৰটোত নাই চৰকাৰৰ সততা! এই অভিযোগেৰে কংগ্ৰেছ নেতা নীলমণি সেন ডেকাৰ প্ৰশ্ন- মুখ্যমন্ত্ৰীক, পবিত্ৰ মাৰ্ঘেৰিটাক SIT-এ জেৰা কৰিছে নে নাই?
#ND24Digital | #ZubeenGarg | #ZubeenGargCase | #Assam
ND24ৰ মুখ্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱালৈ 'আপকু'ৰ ডিব্ৰুগড় জিলা সমিতিৰ ‘বিপুল ভাগৱতী সোঁৱৰণী বঁটা’
#ND24Digital l #Assam
আকৌ আলফাক মুকলি সমৰ্থন কৰি মন্তব্য বিশ্বজিৎ দৈমাৰীৰ
#ND24Digital l #Assam l #BiswajitDaimary l #Minister
অখিল গগৈ, সদৌ অসম ছাত্ৰ সন্থা, আজমল আৰু আলফা এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ৰক্ষক! যেতিয়াই চৰকাৰ বিপদত পৰে তেতিয়াই তেওঁলোকে বিভিন্ন ধৰণৰ আন্দোলন আৰম্ভ কৰে। এতিয়া চৰকাৰক সুৰক্ষাৰ বাবে জুবিন গাৰ্গৰ ন্যায়ৰ আন্দোলন আৰম্ভ কৰিছে। কংগ্ৰেছ নেতা নীলমণি সেন ডেকাৰ ভাষ্য।
#ND24Digital |
হাওৰাঘাটত একলব্য মডেল আৱাসিক স্কুলৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ। বিদ্যালয়ৰ শিক্ষকে শিক্ষাৰ্থীক চাইনিজ বুলি কৈ অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ। বিদ্যালয়খনৰ ১৮০ গৰাকী শিক্ষাৰ্থীৰ আধা সংখ্যক প্ৰতিবাদস্থলীত আৰু আধা সংখ্যক আৱদ্ধ কৰি ৰখা হৈছে হাওৰাঘাট পৌৰসভাত।
#ND24Digital | #Protest |
বহিঃৰাজ্যত মৃ/তদেহ উদ্ধাৰ হোৱা হিমাশ্ৰী বড়োৰ গুৱাহাটীৰ বাসগৃহত BTC প্ৰধান হাগ্ৰামা মহিলাৰী, হিমাশ্ৰী বড়োৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
#ND24Digital l #Assam l #HagramaMohilary












