
Real Stories. Real Impact. Real-Time News. Everything happening in Assam, straight to your feed. Follow @TIME8News for the latest updates!
Guwahati
Joined November 2023
- Tweets9.6K
- Following5
- Followers89
- Likes0
'দহোবন কাটি কৰি কাইলৈ খানাপাৰালৈ আহক'
-খানাপাৰাত আয়োজন কৰা 'জুবিন দাৰ বাবে এদিন' শীৰ্ষক অনুষ্ঠানলৈ সকলোকে আহিবলৈ আহ্বান কন্ঠশিল্পী মানস ৰবীনৰ।
#AssamNews
9
২৩ নৱেম্বৰৰ পৰা আহ্বান কৰা অনির্দিষ্টকালীন ধর্মঘট স্থগিত ৰাখিলে নৰ্থ ইষ্ট ইণ্ডিয়া পেট্রলিয়াম ডিলাৰ্ছ এছোচিয়েশ্যন গ্ৰেটাৰ গুৱাহাটী ইউনিটে
#AssamNews
6
তিতাবৰ সমষ্টিৰ বৰহোলাবাসীৰ বাবে সুখবৰ। অতি শীঘ্ৰেই পৌৰসভাৰ মৰ্যাদা লাভ কৰিব বৰহোলাই। ফোনযোগে তিতাবৰৰ বিধায়ক ধীৰাজ গোৱালাক এই কথা অৱগত কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
#AssamNews
6
উদাৰবন্দক পৌৰসভা ঘোষণা কৰাত ফটকা ফুটাই আনন্দ-উল্লাস ৰাইজৰ। কাঁচা কান্তি মন্দিৰত পূজা-অৰ্চনা আগবঢ়ালে বিধায়ক ৰাজদ্বীপ গোৱালাই।
#AssamNews
4
নাৰায়ণপুৰৰ মাধৱপুৰত ৰাস মহোৎসৱক লৈ ব্যাপক প্ৰস্তুতি। ২৮ আৰু ২৯ নৱেম্বৰত অনুষ্ঠিত হ’ব শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা। দিনে-নিশাই আখৰাত ব্যস্ত যুৱক-যুৱতীৰ লগতে কণমানিসকল।
#LakhimpurNews #RaasMahotsav2026 #AssamRaasMahotsav
7
লণ্ডনৰ আৰ্হিত এইবাৰ মাজুলীত চলিব দুমহলীয়া পৰ্যটক বাছ! ‘পুষ্পক’ নামৰ উত্তৰ-পূব ভাৰতৰ প্ৰথম দুখলপীয়া পৰ্যটক বাছখন চাবলৈ ভিৰ কৰিছে ৰাইজে।
#AssamNews #MajuliNews #Doubledeckerbus
4
শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱকলৈ মাজত মাত্ৰ কেইটামান দিন। ৰাজ্যজুৰি ৰাসোৎসৱক কেন্দ্ৰ কৰি ব্যাপক প্ৰস্তুতি অব্যাহত। নামনি অসমৰ বাণিজ্যিক প্ৰধান চহৰ বৰপেটাৰোডতো দিনে-নিশাই চলিছে ৰাস মহোৎসৱৰ প্ৰস্তুতি।
#RaasMahotsav2026 #BaroetaRaasMahotsav #BarpetaNews
3
📷 ভাৰতে বিশ্বৰ নেতৃত্ব ল’ব নালাগে বুলি মন্তব্য ৰাহুল গান্ধীৰ।
📷 আমেৰিকাত ৰাহুল গান্ধীৰ এই মন্তব্যক লৈ ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা প্ৰবাসী ভাৰতীয়ৰ মাজত চৰ্চা।
#RahulGandhi #PoliticalNews
7
-মৈৰাবাৰী মহাবিদ্যালয়ত সাংসদ দেৱাশীষ শৰ্মা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীত ‘মায়াবিনী’ পৰিৱেশন কৰি ছাত্ৰ-ছাত্ৰীৰ মন জয় কৰিলে সাংসদগৰাকীয়ে।
#assa
7
-মাজুলীবাসীৰ বাবে আহি গ'ল ভাল খবৰ। এতিয়াৰে পৰা মাজুলীত চলিব অত্যাধুনিক দুমহলীয়া বাছ'পুষ্পক'
#assam
9
-শ্ৰীভূমিত অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেল মেচত দুই দলৰ খেলুৱৈৰ মাজত উত্তপ্ত।
-কলিকাতাৰ ইষ্টবেংগল আৰু মিজোৰামৰ আইজল এফ চিৰ খেলুৱৈৰ মাজত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।
-আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ হস্তক্ষেপত নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি।
#assam
9
-দুলীয়াজান কাণ্ডৰ আন এক তথ্য পোহৰলৈ। পিতৃৰ বাইক লৈ পলায়ন কৰিছিল মাষ্টাৰমাইণ্ড ৰাজু দাস আৰু অমিৰ দাস
#assam
15
-তেজপুৰৰ ডৰিকা হাস্পতালৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন।
-ৰাছিয়াত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰি থকা দৰ্শনাই এতিয়া চিনি নোপোৱা হ'ল মাক-দেউতাকক, স্মৃতিশক্তি হেৰাই যোৱাৰ অভিযোগ।
#assam
8
-মহানগৰীৰ বৰ্ষাপাৰা উৰণ সেতুত পুৱাই ৰাজ্য় জোকাৰি যোৱা ভয়ংকৰ দুৰ্ঘটনা
-তীব্ৰেবেগী বেলেন' বাহনৰ বাবেই যাত্ৰীবাহী অটো দুৰ্ঘটনাত পতিত
-থিতাতে অটো চালক তপন দাসৰ কৰুণ ঘটনা
-গুৰুতৰভাৱে আহত গীতাঞ্জলি নামৰ এগৰাকী মহিলা
#assam
11
-এইবাৰ চোৰৰ চকু ১২ চকীয়া ডাম্পাৰৰ ওপৰত। নিশা ডাম্পাৰ উঠাবলৈ আহি নিজেই ৰাইজৰ হাতত ধৰা খালে চোৰ। ডাম্পাৰ চোৰক কন্দ্ৰ কৰি নিশা বৰপেটাৰোডত উত্তপ্ত পৰিস্থিতি।
#assam
12
-কাৰ্বি আংলঙৰ বকলীয়াঘাটত যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ অভিযান।বকলীয়াঘাটত নিয়ম উলংঘা কৰা ৩৬খন বাহন জব্দ।
#assam
11
-নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে অভিযান মৰিগাওঁ আৰক্ষীৰ। অভিযানত নিষিদ্ধ সামগ্ৰীসহ ললিত নাথক আটক আৰক্ষীৰ।
#assam
8





